ওদালগুৰি: কলাইগাঁওত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়, উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি
Udalguri, Udalguri | Sep 9, 2025
জিলা খনৰ কলাইগাঁৱত অসম সাহিত্য সভাই দুদিনীয়া কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকীৰ শুভ উদ্বোধনী অনুষ্ঠানৰ...