পশ্চিম ডিব্ৰুগড়: বৰবৰুৱাত চাহ জনগোষ্ঠীৰ পবিত্ৰ কৰম পৰৱত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ লগতে দুই সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
আজি চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ পবিত্ৰ কৰম পৰৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ আজি বুধবাৰে বিয়লি ৪ বজাৰ লৈকে অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত অৰ্ধ শতাধিক চাহ বাগিচাৰ সহযোগত বৰবৰুৱাত অনুষ্ঠিত হয় ঝুমুইৰ সমাৰোহ। এই সমাৰোহত দুই সহস্ৰাধিক নাচনিয়ে পৰিবেশন কৰে ঝুমুইৰ