নগাঁও: ৰূপহীহাটৰ পূৱ শিঙিমাৰী গৰু চুৰিৰ ঘটনা , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ভূক্তভোগীৰ
Nagaon, Nagaon | Sep 16, 2025 নিশা ৰূপহীহাটৰ পূৱ শিঙিমাৰীত গোৱালীৰ তলা ভাঙি চিকলী কাটি দুটা কৈ গৰু চুৰি কৰে এটা গাই গৰু আৰু এটা দমৰা বজাৰ মূল আনুমানিক ৭০ হাজাৰ টকা হব বুলি জানিব পৰা গৈছে। শিঙিমাৰী অঞ্চলত কিছু দিন ঘটনা বন্ধ আছিল যদিও পুনৰ আৰম্ভ হৈ গৰু চুৰি ঘটনা । গাৱৰ গঞা ৰাইজৰ নিদ্ৰাহৰণ কৰি আছে চুৰে । গঞা ৰাইজে দুই এটা গো ধন পোহ পাল কৰি চলিব নোৱাৰিব যি অৱস্থা হৈ আছে । ৰাইজে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰূপহী হাটৰ আৰক্ষীক কাতৰ আহবান জনাই