পশ্চিম যোৰহাট: চব মামা ধ্বংস হৈছে,সেইয়া লাগিলে শকুনি বা কংসই হওঁক আৰু ২৬ ত হিমন্ত মামা ধ্বংস হ'ব , যোৰহাটত মন্তব্য ৰাইজৰ দলৰ সম্পাদকৰ
Jorhat West, Jorhat | Aug 31, 2025
সময়ে সোঁৱৰাই দিয়ে চব মামা ধ্বংস হৈছে । সেইয়া লাগিলে শকুনিয়েই হওঁক বা কংস হওঁক । আৰু এইবাৰ ২৬ ত হিমন্ত মামা ধ্বংস হ'ব...