পূব ডিব্ৰুগড়: উজনি ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰীক ডিব্ৰুগড়ৰ বিমানবন্দৰত আদৰণি মন্ত্ৰী বিধায়কৰ লগতে জিলা প্ৰশাসনৰ
উজনি অসমৰ উন্নয়ন খতিয়ান ল'বলৈ আজি ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ বিমানবন্দৰত মুখ্যমন্ত্ৰীক আদৰণি জনায় কেইবা জনো মন্ত্ৰী, বিধায়কে