পশ্চিম যোৰহাট: পালছ পলিঅ' প্ৰতিষেধক প্ৰদান আৰু মেগা স্বাস্থ্য সেৱা সপ্তাহ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা অনুষ্ঠিত
পালছ পলিঅ' প্ৰতিষেধক প্ৰদান আৰু মেগা স্বাস্থ্য সেৱা সপ্তাহ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা অনুষ্ঠিত । যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা খন। পালছ পলিঅ' প্ৰতিষেধক প্ৰদান সন্দৰ্ভত অনুষ্ঠিত হয় উক্ত সভা। জিলা টাস্ক ফ'ৰ্চৰ এখনি পৰ্যালোচনা মূলক সভা সম্পন্ন হয়।