পশ্চিম যোৰহাট: অবৈধ বাংলাদেশীৰ বুজা নলয় অসমে , নগৰ স্থিত ষ্টেডিয়ামৰ পৰা ওলোৱা প্ৰতিবাদী সমদলত কঁপিল যোৰহাট
অবৈধ বাংলাদেশীৰ বুজা নলয় অসমে । ষ্টেডিয়ামৰ পৰা ওলোৱা প্ৰতিবাদী সমদলত কঁপিল যোৰহাট । যোৰহাটত জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰ দাবীত যোৰহাটত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। ষ্টেডিয়ামৰ পৰা নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই।