৫ নং ৱাৰ্ডত ডবকা আৰক্ষীয়ে অভিযান চলাই ১৩টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু ১২টা খালী কণ্টেইনাৰসহ আটক কৰে এটা সৰবৰাহকাৰীক
Doboka, Hojai | Jul 22, 2025
ডবকা আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।মঙ্গলবাৰে দিনৰ প্ৰায় ৪বজাত আৰক্ষীয়ে ডবকা ৫নং ৱাৰ্ডত ড্ৰাগছ সহ আটক কৰে এটা...