Public App Logo
Jansamasya
National
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
Delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

নাৰায়ণপুৰ: নাৰায়ণপুৰত চুৰিকাণ্ডৰ ঘটনা,সংবাদমাধ‍্যমৰ আগত মন্তব্য মহিন্দ্ৰা ফাইনেঞ্চৰ কৰ্মচাৰীৰ

Narayanpur, Lakhimpur | Sep 15, 2025
নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত চুৰিকাণ্ড, মহিন্দ্ৰা ফাইনেঞ্চৰ নাৰায়ণপুৰ শাখাত দেওবাৰে নিশা চোৰ সোমাই লণ্ড-ভণ্ড কৰিলে নথিপত্ৰ,আচবাব। খিৰিকিৰ গ্ৰীলৰ ৰদ কাটি সোমাইছিল চোৰ। কাৰ্যালয়টোৰ চি চি টিভিৰ সংযোগ বিচ্ছিন্ন কৰি সংঘটিত কৰিছিল চুৰিকাণ্ড। তথ্যপাতি থকা এটা টেবলেট আৰু ডিভাইচ কেমেৰা লৈ যোৱাৰ লগতে লণ্ড-ভণ্ড কৰি থৈ যায় আচবাব আৰু নথিপত্ৰ। ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।নগৰ খনৰ মাজমজিয়াতে এনেদৰে চুৰিকাণ্ড কাণ্ড সংঘটিত কৰাৰ ঘটনাই হতচকিত কৰি তুলিছে ৰাইজক।

MORE NEWS