উত্তৰ গুৱাহাটী ভাগ: কামৰূপৰ জয়গুৰুত গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাছৰ নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা,৫ গৰাকী যাত্ৰীৰ আঘাত গুৰুতৰ
North Guwahati Part, Kamrup | Aug 11, 2025
সোমবাৰে কামৰূপ জিলাৰ জয়গুৰুত ভয়ংকৰ দুৰ্ঘটনা। গুৱাহাটী অভিমুখী শিৱশংকৰ নামৰ বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ মাজত থকা...