কোকৰাঝাৰ ভাগ: বডোফা ইউ এন ব্রহ্মকলৈ ৰাজনৈতিক ভাষণ কৰাৰ বাবে ৰাম্ফবিলত বিটিচি ৰ ই এম অৰুপ কুমাৰ দেৰ পূত্তলিকা দাহ
কোকৰাঝাৰ জিলাৰ ৰাম্ফবিলত বিটিচি ৰ কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দেৰ পূত্তলিকা দাহ কৰে অঞ্চলৰ সচেতন বড়ো ৰাইজে। উল্লেখ্য যে মঙলবাৰে ছেৰফাংগুৰি বজাত অনুষ্ঠিত মন্দিৰ উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নাম উল্লেখ কৰি ৰাজনৈতিক কৰাৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পিছতে বড়ো সাধাৰন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। আজি অৰূপ কুমাৰ দে গো বেক, অৰূপ কুমাৰ দেৰ ৰাজনৈতিক নচলিব, বডোফাক ৰাজনৈতিক ত টানি নানিব আদি শ্লোগান কৰি অৰূপ কুমাৰ দেৰ পূত্তলিকা দাহ কৰে