পলাশবাৰী: পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক পলাশবাৰী ৰাস মহোৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত অসমৰ ৰাজ্যপাল
দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক পলাশবাৰী ৰাস মহোৎসৱৰ, শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অসমৰ মহামান্য ৰাজ্যপাল মাননীয় শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য।