গুৱাহাটী: 'এনআৰচিত বহু খিলঞ্জীয়াৰ নাম বাদ পৰিছিল', গুৱাহাটীত এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰক মন্তব্য
Guwahati, Kamrup Metropolitan | Aug 23, 2025
শনিবাৰে গুৱাহাটীত এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰক মন্তব্য। জুলাইৰ ২৪ তাৰিখে NRCৰ পুনৰীক্ষণৰ...