বিহপুৰীয়া: লালুকৰ এঘাৰ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, পথত ৰখাই থোৱা মাৰুতি ছুইফ্ট বাহনত খুন্দা বাইকৰ, গুৰুতৰভাৱে আহত দুজন
Bihpuria, Lakhimpur | Aug 25, 2025
লখিমপুৰৰ লালুকৰ এঘাৰ মাইলত দেওবাৰে নিশা ভয়ংকৰ পথ দূৰ্ঘটনা। পথত ৰখাই থোৱা মাৰুতি ছুইফ্ট বাহনত খুন্দা বাইকৰ। গুৰুতৰভাৱে...