ধেমাজি: চৌখামটিঙত বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্তিৰ উন্মোচন বিধায়ক ভুৱন পেগুৰ
চৌখামটিঙত বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্তিৰ উন্মোচন বিধায়ক ভুৱন পেগুৰ। শনিবাৰে ৰাতিপুৱা চাৰে দহ বজাত চৌখামটিঙত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্তিৰ উন্মোচন কৰে। আজি বিধায়ক গৰাকীয়ে বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্তিৰ উন্মোচন কৰি ৫০০ তম সতী সাধনীৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু আই সাধনীৰ বন্দনা কৰে।