ডিমৌ: ডিমৌৰ কুশল পথত পুৱাই এটা মৃতদেহ উদ্ধাৰ হয়,মৃতদেহটো কলিয়াপানীৰ কমল মিধাৰ বুলি চিনাক্ত
ডিমৌৰ কুশল পথত দেওবাৰে পুৱাই এটা মৃতদেহ উদ্ধাৰ হয়।কুশল পথৰ প্ৰয়াত পুৰন্দ্ৰ দেউৰীৰ বাসগৃহৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ। ডিমৌ কলিয়াপানীৰ কমল মিদ্ধাৰ মৃতদেহ বুলি জানিব পৰা গৈছে।