গুৱাহাটী: 'মই অসমত আছোঁ, মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক',গুৱাহাটীত জমিয়ত উলেমা-ই-হিন্দৰ নেতা মেহমুদ মাদানীৰ সংবাদমেলত মন্তব্য
Guwahati, Kamrup Metropolitan | Sep 2, 2025
মঙলবাৰে গুৱাহাটীত বিতৰ্কিত জমিয়ত উলেমা-ই-হিন্দৰ নেতা মেহমুদ মাদানীৰ সংবাদমেল। হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ মাদানীৰ।'মই...