ধেমাজি: গোগামুখৰ লটাকত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ সোণালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন অনুষ্ঠান, উপস্থিত মন্ত্ৰী ডাঃ ৰণোজ পেগু
গোগামুখৰ লটাকত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ সোণালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন অনুষ্ঠান, উপস্থিত মন্ত্ৰী ডাঃ ৰণোজ পেগু সোমবাৰে আবেলি প্ৰায় ৪ মান বজাত ধেমাজি সমষ্টিৰ গোগামুখৰ লটাক খেলপথাৰত অহা ৫ নৱেম্বৰৰ পৰা অনুষ্ঠিতব্য শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ভগৱান শ্ৰী কৃষ্ণ বাল্য জীৱনৰ কথাৰে পৰিপক্ক