পূব ডিব্ৰুগড়: ডিকমত ৰেলৰ খুন্দাত থিতাতে নিহত এজন ব্যক্তি, মৃত ব্যক্তিজন লাহোৱালৰ আলিমুৰৰ কৃষ্ণ শৰ্মা বুলি চিনাক্ত
Dibrugarh East, Dibrugarh | Jul 13, 2025
ডিব্ৰুগড়ৰ ডিকমত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আজি ৰবিবাৰে বিয়লি ৪ বজাত ডিকমত ৰেলৰ খুন্দাত থিতাতে নিহত হৈছে এজন ব্যক্তিৰ।...