ধেমাজি: ধেমাজিত ২৮৭ গৰাকীৰ দেহত ধৰা পৰিছে এইচআইভিৰ, জিলা খনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচআইভি ত আক্ৰান্ত লোকৰ সংখ্যক
Dhemaji, Dhemaji | Aug 24, 2025
ধেমাজি জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচআইভি আক্ৰান্ত লোক ধেমাজি জিলাত মুঠ ২৮৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে এইচআইভি ৰোগ।...