বাক্সা: ২০ নং মথনগুৰী মথনগুৰি পৰিষদীয় সমষ্টিৰ পশ্চিম হাউলীত বিপিএফ দলৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ জয়ী হোৱাৰ পিছতে বিজয় উল্লাস
Baska, Baksa | Sep 27, 2025 ২০ নং মথনগুৰী মথনগুৰি পৰিষদীয় সমষ্টিৰ পশ্চিম হাউলীত বিপিএফ দলৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ জয়ী হোৱাৰ পিছতে সমদল উলিয়াই বিজয়ী উল্লাস। আজি মথনগুৰীত বিপিএফৰ প্ৰাৰ্থী ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বেগম আখতাৰা আহমেদে জয়ী হোৱাৰ পিছতেই এইদৰে দেখিবলৈ পোৱা গল বিপিএফৰ সমৰ্থক সকলৰ মাজত বিজয় উল্লাস।