জলহ ভাগ: সুৱণখাটাত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ অৰ্থে এখনি বৌদ্ধিক আলোচনা অনুষ্ঠিত
আজি বাক্সা জিলাৰ সুৱণখাটাত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ অৰ্থে এখনি বৌদ্ধিক আলোচনা অনুষ্ঠিত হয়। আলোচনা চক্ৰটোত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোক উপস্থিত থাকে। সমাজৰ বিশিষ্ট ব্যক্তিসকল, জ্যেষ্ঠ নাগৰিকসকল, শিক্ষাগুৰুসকল, জাতীয় সংগঠনৰ নেতাসকল, বিশিষ্ট ব্যৱসায়িসকল, বন বিষয়া, সাংবাদিক, উদ্যোমী ব্যক্তিসকল আদিৰ উপস্থিতিত ধনাত্ম