সোণাৰি: টাওকাকত খেলি থকা অৱস্থাত এটি এবছৰীয়া শিশুৰ পুখুৰীত সলিল সমাধি, অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি
Sonari, Charaideo | Aug 17, 2025
চৰাইদেউ জিলাৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি টাওকাকত সলিল সমাধি ঘটে এটি এবছৰীয়া শিশুৰ। পুখুৰী পানীত পৰি ডুব যোৱাৰ...