বিহপুৰীয়া: বঙালমৰাত আৰক্ষী চকীৰ VDPৰ সজাগতামূলক এক সভা, উপস্থিত থাকে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ নয়ন মনি বৰ্মন
Bihpuria, Lakhimpur | Aug 18, 2025
লখিমপুৰ জিলাৰ বঙালমৰাত গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত সোমবাৰে বঙালমৰা আৰক্ষী চকীৰ VDP ৰ উপ সমিতিৰ সজাগতামূলক এক সভা অনুষ্ঠিত...