গুৱাহাটী: চাৰিচকীয়া বাহন ভাৰালৈ দি বিপদত একাংশ স্বতাধিকাৰী, গ্ৰেপ্তাৰ প্ৰৱঞ্চক মনচুৰ আহমেদক, জব্দ ৭খন বিলাসী বাহন
Guwahati, Kamrup Metropolitan | Sep 6, 2025
চাৰিচকীয়া বাহন ভাৰালৈ দি বিপদত পৰিছে একাংশ বাহনৰ স্বতাধিকাৰী। ঘটনাৰে জড়িত প্ৰৱঞ্চক মনচুৰ আহমেদক গ্ৰেপ্তাৰ। শনিবাৰে...