সোণাৰি: দূৰ্গা পূজাত শ্ৰমিকে লাভ কৰিব সৰ্বোচ্চ ২০ শতাংশ পূজাৰ বোনাচ, সোণাৰিত চাহ মজদুৰ সংঘই জনালে সংবাদ মেল যোগে
Sonari, Charaideo | Sep 10, 2025
চৰাইদেউ জিলাৰ অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখাৰ অন্তৰ্গত ৫৬ খন সৰু বৰ চাহ বাগিচাৰ শ্ৰমিক সকলে চলিত বৰ্ষত লাভ কৰিব লগা...