নলবাৰী: শ্রীশ্রীগণেশ চতুর্থী উপলক্ষে
চহৰৰ সত্ৰ শিৱ মন্দিৰ প্ৰাঙ্গণত
দুদিনীয়া কাৰ্যসূচীৰে পূজা আৰম্ভ
Nalbari, Nalbari | Aug 26, 2025
ত্ৰয়োদশ বাৰ্ষিক শ্রীশ্রীগণেশ চতুর্থী উপলক্ষে নলবাৰী সত্ৰ শিৱ মন্দিৰ প্ৰাঙ্গণত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীগণেশ পুজা...