হোজাই: হোজাইত জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলি
Hojai, Hojai | Sep 23, 2025 জুৱিন গাৰ্গৰ মৃত্যুৰ পিছত শোকত ভাঙি পৰিছে ৰাজ্যৰ লগতে দেশ। হোজাই জিলাখনত স্হানীয় ৰাইজে অনুষ্ঠান প্ৰতিষ্ঠান পাতি অমৰ শিল্পী গৰাকীক জনাইছে শ্ৰদ্ধাঞ্জলী । হোজাইত অমৰ শিল্পী জুৱিন গাৰ্গক জনোৱা হয় শ্ৰদ্ধাঞ্জলী।জুৱিন গাৰ্গৰ প্ৰতিচ্ছবিৰ তলত মাল্য অৰ্পনৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়। উক্ত অনুষ্ঠানত স্হানীয় বহু ৰাইজ উপস্থিত থাকে।