ঘগ্ৰাপাৰ ভাগ: উত্তৰ নলবাৰীত বিজেপিৰ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণক লৈ বিশেষ বৈঠক
কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলদৈত কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এখন বিশাল জনসভা সম্বোধন কৰিব।সেই উদ্দেশ্যেৰে আজি ভাৰতীয় জনতা পাৰ্টী উত্তৰ নলবাৰী মণ্ডলৰ প্ৰমুখ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰা হয়।