পূব ডিব্ৰুগড়: কৃষি বিভাগৰ উদ্যোগত মাটিৰ পৰীক্ষাগাৰ কাৰ্যালয়ত কৃষকক ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত, উপস্থিত জিলা আয়ুক্ত
Dibrugarh East, Dibrugarh | Jul 11, 2025
অসম চৰকাৰ কৃষি বিভাগৰ উদ্যোগত কৃষকক ভূমি স্বাস্থ্য পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্য্যসূচী আজি শুক্ৰবাৰে দিনৰ ৩ বজাত সামৰণি...