বাক্সা: বাক্সা জিলা কাৰাগাৰৰ সমীপত BNSৰ ১৬৩ ধাৰা জাৰি
Baska, Baksa | Oct 15, 2025 বাক্সা জিলা কাৰাগাৰৰ সমীপত BNSৰ ১৬৩ ধাৰা জাৰি। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনৰ এই নিৰ্দেশনা। উতপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে এই সিদ্ধান্ত। জুবিন গাৰ্গৰ হত্যাৰ সৈতে জৰিত ৫ অভিযুক্তক বাক্সা জিলাৰ নিকাচি কাৰাগাৰলৈ অনাৰ পিছতে উত্তপ্ত হৈ পৰিছে ।আৰু লগে লগে বাক্সা জিলা কাৰাগাৰৰ সমীপত BNSৰ ১৬৩ ধাৰা জাৰি কৰে।