সোণাৰি: ৪ নং গুৱালাপথাৰত গৰু চুৰিৰ ঘটনা, দুটাকৈ গৰু লৈ উধাও চোৰ, নগা দুৰ্বৃত্তই চুৰি কৰাৰ সন্দেহ গৃহস্থৰ
Sonari, Charaideo | Aug 24, 2025
চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত গুৱালাপথাৰত গৰু চুৰি ঘটনা সংঘটিত হৈছে। নিশা নগা দুৰ্বৃত্তই গৰু চুৰি কৰি...