ধেমাজি: চিচিবৰগাঁওত প্ৰগতি শীল মীন পাম পৰিদৰ্শন সাংসদ প্ৰদান বৰুৱা
আজি চিচিবৰগাঁও বিধানসভা সমষ্টিৰ শ্ৰীপাণি গাঁও পঞ্চায়তৰ অন্তৰ্গত গাই দেউৰী গাঁৱত উপস্থিত হৈ প্ৰগতিশীল মীন পালকক্ৰমে শ্ৰী প্ৰাঞ্জল দেউৰী, শ্ৰী ৰঞ্জিত দেউৰী আৰু শ্ৰী হেমন্ত দেউৰীৰ মীনপাম পৰিদৰ্শন কৰোঁ আৰু তেওঁলোকৰ সৈতে বাৰ্তা- বিনিময় কৰোঁ। সমন্বিত মীন আৰু গাহৰি পালন, সমন্বিত মীন আৰু হাঁহ- কুকুৰা পালন, সংমিশ্ৰিত মীন পালন আদিত সফল হোৱাৰ লগতে সম্প্ৰতি পামখন আশা