গুৱাহাটী: শিলপুখুৰীত নিৰ্মীয়মান উৰণ সেতুত অঘটন, নিৰ্মীয়মান উৰণ সেতুৰ পৰা থিতাতে নিহত এজন শ্ৰমিক
Guwahati, Kamrup Metropolitan | Aug 27, 2025
বুধবাৰে শিলপুখুৰীত নিৰ্মীয়মান উৰণ সেতুত অঘটন। নিৰ্মীয়মান উৰণ সেতুৰ পৰা পৰি যায় কেইবাজনো শ্ৰমিক। থিতাতে নিহত এজন...