বকো ৰাজহুৱা খেল পথাৰত কামৰূপ জিলা ৰাভা ছাত্র সন্থাৰ উদ্যোগত আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বিত্তীয় সাহাৰ্যত অনুষ্ঠিত হোৱা ক্ৰয়োদশ বাৰ্ষিক জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত অন্তিমখন কোৱাটাৰ ফাইনেল খেল।২২ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব লগীয়া এই ফুটবল প্ৰতিযোগিতাৰ আজিৰ অন্তিমখন কোৱাটাৰ ফাইনেল খেলখন ৰংজুলি ইউনিক এফ চি আৰু বকো এফ চি মাজত অনুষ্ঠিত হয় ৷ ▶️ আজিৰ খেল খনৰ শুভ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্