ধেমাজি: আজি বিশ্বকৰ্মা পূজা, গোগামুখত ভগৱান বিশ্বকৰ্মাৰ পূজা উদযাপন , সকলোৱে মংগল কামনাৰে সেৱা গ্ৰহণ ৰাইজৰ
গোগামুখ বিশ্বকৰ্মা পূজা উদযাপন আজি ভগৱান বিশ্বকৰ্মাৰ পূজা, দেশ ৰাজ্যৰ লগতে ধেমাজি জিলাৰ বিভিন্ন ঠাইত ভগৱান বিশ্বকৰ্মাৰ পূজা উদযাপন কৰা হয়। তাৰ সমান্তৰাল ভাৱে বুধ বাৰে দিনৰ বাৰ বজাত ভগৱান বিশ্বকৰ্মাৰ পূজা উদযাপন কৰে গোগামুখ বিভিন্ন দল সংগঠনে অনুষ্ঠিত কৰা অনুষ্ঠান বিশ্বকৰ্মাৰ সেৱা কৰি সকলোৱে মংগল কামনাৰে আশীৰ্বাদ গ্ৰহণ কৰে ভক্ত প্ৰাণ ৰাইজে ।