গুৱাহাটী: গড়চুকৰ বাঠোপুৰিত বন্ধুক হত্যা কৰি মৃতদেহ পেলালে বশিষ্ঠ নৈত, হত্যাকাৰীক লগত লৈ বশিষ্ঠ নৈত অভিযান আৰক্ষীৰ
Guwahati, Kamrup Metropolitan | Sep 4, 2025
বৃহস্পতিবাৰে গড়চুকৰ বাঠোপুৰিত বন্ধুক হত্যা কৰি মৃতদেহ পেলালে বশিষ্ঠ নৈত। হত্যাকাৰীক লগত লৈ বশিষ্ঠ নৈত অভিযান। হত্যাকাণ্ড...