বইটামাৰী: কাবাইটাৰী গাঁও পঞ্চায়তত চুৰি হোৱা বিভিন্ন সামগ্ৰীসহ ৫ গভাইত চোৰক আটক কৰে আৰক্ষীয়ে, যোগীঘোপাত জনায় আৰক্ষীয়ে
Boitamari, Bongaigaon | Aug 5, 2025
সোমবাৰে কাবাইটাৰী গাওঁ পঞ্চায়তত চুৰি হৈছিল বিভিন্ন সামগ্ৰী। যোগীঘোপা আৰক্ষী থানাৰ উপ পৰিদৰ্শক চফিকুল হুছেইনৰ নেতৃত্বত...