সোণাৰি: সোণাৰি নগৰত পানী যোগান আঁচনি পাইপ ফাটি সৃষ্টি হৈছে কৃত্ৰিম বান, সমস্যাত পৰিছে ৰাইজ, ব্যৱস্থা গ্ৰহণ দাবী #jansamasya
Sonari, Charaideo | Aug 22, 2025
চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ মাজমজিয়াত এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বহু লোক। ঘৰে ঘৰে নল লগোৱা হৈছে যদিও জল নথকাত...