মানকাচৰ: ধোৱা চাঙত মোদী চৰকাৰৰ বেটি বচাও বেটি পঢ়াও শ্লোগান,হাটশিঙিমাৰীত ৫ শতাধিক শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ত কৰিব পৰা নাই নামভৰ্তি
Mankachar, South Salmara-Mankachar | Jun 23, 2025
সোমবাৰে দিনৰ ২:৩০ বজাত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তী কৰিব নোৱাৰি উপস্থিত হয় জিলা আয়ুক্ত...