বকো: বকোৰ গান্ধী মৈদানত স্বাধীনতা দিৱস উদযাপন,ৰাষ্ট্ৰীয় পতাকা উত্তোলন সমজিলা আয়ুক্ত প্ৰিয়াঞ্চু ভৰদ্বাজৰ
Boko, Kamrup | Aug 15, 2025
শুকুৰবাৰে বকো-ছয়গাঁওৰ সমজিলা উদ্যোগত বকোৰ গান্ধী মৈদানত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন।সমগ্ৰহ দেশৰ লগতে বকো-ছয়গাঁও...