দেৰগাঁও: দক্ষিণ আহঁতগুৰি চৈধ্য ঘৰীয়াত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, ৩খনকৈ গাঁৱলৈ চৰম ভাকুকি, জাহ যোৱাৰ উপক্ৰম নামঘৰ,সত্ৰ #Jansamasya
Dergaon, Golaghat | Sep 14, 2025
দেৰগাঁৱৰ দক্ষিণ আহঁতগুৰিৰ চৈধ্য ঘৰীয়াত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া। ৩খনকৈ গাঁৱলৈ চৰম ভাকুকি। জাহ যোৱাৰ উপক্ৰম...