সোণাৰি: বিষাক্ত কাঠফুলা ভক্ষণ কৰি বাউলী পুখুৰীৰ লক্ষীমণি খাৰিয়া নামৰ এগৰাকী মহিলাৰ মৃত্যু
চৰাইদেউ বাউলী পুখুৰীত কাঠফুলা খাই মৃত্যু এগৰাকী মহিলা।চৰাইদেউ মথুৰাপুৰ আৰক্ষী থানাৰ এলেকাৰ বাউলীপুখুৰীত শোকাৱহ ঘটনা। বিষাক্ত কাঠফুলা ভক্ষন কৰি বাউলী পুখুৰীৰ লক্ষীমণি খাৰিয়া নামৰ মহিলা গৰাকী মৃত্যু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত। দেওবাৰে হাবিৰ পৰা বুটলি আনিছিল বিষাক্ত কাঠফুলাসমূহ দেওবাৰে কাঠফুলা খাইছিল মহিলা গৰাকীয়ে ৷