সোণাৰি: মুখ্যমন্ত্ৰীৰ স্বাক্ষৰিত ব্যক্তিগত পত্ৰ দিচাংপানী গাঁও পঞ্চায়তত হিতাধিকাৰীক বিতৰণ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
Sonari, Charaideo | Aug 24, 2025
আজি দিচাংপানী গাঁও পঞ্চায়তত অৰুণোদয় আচঁনিৰ প্ৰতি গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰিত...