ধেমাজি: ন গাঁও দেউঘৰবাৰি ৫০০ বছৰীয়া ঐতিহাসিক শ্ৰী শ্ৰী আই পদুমণি থানাত শাৰদীয় দুৰ্গোৎসৱ উদযাপন
সোমবাৰে দিনৰ ১২ বজাত ধেমাজি জিলাৰ ন গাঁও দেউঘৰবাৰি ৫০০ বছৰীয়া ঐতিহাসিক শ্ৰী শ্ৰী আই পদুমণি থানাত শাৰদীয় দুৰ্গোৎসৱ উদযাপন শক্তিৰ আৰাধ্য দেৱীৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ দেশত আজি মহা সপ্তমী , ঢাকৰ শব্দত মুখৰিত গাঁও আৰু নগৰ অঞ্চল ৷ বেদীত মা দুৰ্গাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা পিছত মা দুৰ্গা দেৱীৰ আশীৰ্বাদ বিচাৰি মন্দিৰ লগতে পূজা স্থলীত ভক্তৰ প্ৰাণ ৰাইজ ।