চাবুৱা: চাবুৱাৰ বালিজানত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া, ২১টা পৰিয়াল গৃহহীন, আশ্ৰয় শিবিৰত থাকিব লগা হৈছে বহু কেইটা পৰিয়াল
Chabua, Dibrugarh | Aug 16, 2025
বালিজানত প্ৰৱল গৰাখহনীয়া। ব্ৰহ্মপুত্ৰৰ খহনীয়াত ২১ টা পৰিয়াল গৃহহীন হৈ পৰিছে। নৈৰ পাৰত থকা বালিজান বজাৰৰ সমীপৰ...