ৰঙিয়া ভাগ: ৰঙিয়াৰ বালাগাঁৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰ,বালাগাঁৱত অগণন লোকে প্ৰত্যক্ষ কৰে
মঙলবাৰে ৰঙিয়াৰ বালাগাঁৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰ। বিশ্ব ৰেকৰ্ড গঢ়া প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহৰ ওচৰত লঘোনে ভোকে চাৰিদিন পাৰ কৰিলে অনুৰাগীয়ে।এতিয়াও জনসমুদ্ৰত পৰিণত সোণাপুৰস্তিত সমাধিস্থলী।বহু লোকৰ হেপাহ এবাৰ শিল্পীগৰাকীৰ ওচৰত যোৱাৰ,কিন্তু এতিয়ালৈ বহুলোকে যাব পৰা নাই মৰমৰ শিল্পীগৰাকীৰ ওচৰত।