পূব ডিব্ৰুগড়: ৰাজ্যৰ কৃষি ভূমি বেদখলমুক্ত কৰাক লৈ সদৰত বিধায়ক তেৰছ গোৱালাৰ উপস্থিতিত জিলা বিজেপিয়ে ধন্যবাদ জনালে মুখ্যমন্ত্ৰীক
Dibrugarh East, Dibrugarh | Jul 15, 2025
ৰাজ্যত লাখ লাখ হেক্টৰ বিভা ভূমি বেদখল মুক্ত কৰা প্ৰক্ৰিয়া চলি থকাৰ মাজতেই চৰকাৰক ধন্যবাদ জনালে ডিব্ৰুগড় জিলা বিজেপিয়ে।...