পশ্চিম যোৰহাট: দুৰ্ঘটনাত পতিত হৈ ভৰি হেৰুওৱা যোৰহাটৰ যুৱকৰ পৰা পাঁচ লাখ টকা লুটিলে লখিমপুৰৰ এজন যুৱকে, আজি যোৰহাটত আৰক্ষীক অভিযোগ দাখিল
Jorhat West, Jorhat | Jul 17, 2025
দুৰ্ঘটনাত পতিত হৈ ভৰি হেৰুৱা যোৰহাটৰ যুৱকৰ পৰা পাঁচ লাখ টকা লুটিলে লখিমপুৰৰ এজন যুৱকে। লখিমপুৰ আৰক্ষীৰ পৰা কোনো সঁহাৰি...