বৰভাগ: নলবাৰীৰ বৰভাগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ,নাগাৰা নাম প্ৰদৰ্শন
নলবাৰীৰ বৰভাগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান দিনজোৰাকৈ অনুষ্ঠিত কৰা হয়।আনহাতে নিশা নাগাৰা নাম প্ৰদৰ্শন কৰা হয়।নাগাৰা নাম চাবলৈ যথেষ্ট লোক ভিৰ কৰে ।আনহাতে সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই